পুৰুষতকৈ মহিলা ক'ৰণা আক্ৰান্তৰ মৃত্যু হাৰ অধিক

 06/13/2020 - 14:59

ডিজিটেল ডেস্ক: বিশ্বত এতিয়া সৰ্বত্রে ক'ৰণা আতংক। পিছ পৰি ৰোৱা নাই অসমো। ক'ৰণা সম্বন্ধে ন ন তথ্য পোহৰলৈ আহিছে। 'জাৰ্ণেল অব গ্ল'বেল হেল্থ ছাইন্স' নামৰ গৱেষণা সংস্থা এটাই প্ৰকাশ কৰা মতে পুৰুষতকৈ মহিলা ক'ৰণা আক্ৰান্তৰ মৃত্যু হাৰ অধিক।ক'ৰণাত আক্ৰান্ত হ'লে মহিলাৰ মৃত্যুৰ হাৰ ৩.৩ শতাংশ হোৱাৰ বিপৰীতে পুৰুষৰ মৃত্যুৰ হাৰ ২.৯ শতাংশ।গৱেষণা মতে পুৰুষতকৈ মহিলাৰ বিপদৰ হাৰ সৰ্বাধিক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।