বাহাৰঘাটৰ পূৰ্নদৈচপৰাত গাড়ীত ছাগলীসহ পিষ্টল উদ্ধাৰ

 06/09/2021 - 16:18

 

বাহাৰঘাটঃ বাহাৰঘাটৰ পূৰ্নদৈচপৰাত চুইফট ডিজেয়াৰ গাড়ীসহ ছাগলী উদ্ধাৰ৷ গাড়ীৰ ভিতৰত ছাগলীৰ লগতে এটি চিনত তৈয়াৰী পিষ্টল উদ্ধাৰ৷ গাড়ীখন ৰাইজে ভাঙি চুৰ্নাকৃত কৰে৷ ছাগলী চোৰৰ দলটোক ৰাইজে খেদি নিয়া অৱস্থাত বৰদৌল চৌহদত গাড়ী এৰি চোৰৰ পলায়ন৷ চোৰৰ কেইটাৰ সন্ধান এতিয়ালৈকে পোৱা নাই৷ ঘগ্ৰাপাৰ আৰক্ষীয়ে গাড়ীৰ লগতে পিষ্টলটো উদ্ধাৰ কৰে৷ As 09G 1057 নং ৰ গাড়ীখনত এটি খাহি ছাগলীসহ মুঠ তিনিটা ছাগলী আছিল৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।