লংকাৰ উদালীৰ ফুলতলী আদৰ্শ চিকিৎসালয়ৰ ঘটনাত জৰিত থকা আন এক অপৰাধীক আটক আৰক্ষীৰ

 06/11/2021 - 14:30

 

হোজাইঃ লংকাৰ উদালীৰ ফুলতলী আদৰ্শ চিকিৎসালয়ৰ ঘটনা। উক্ত ঘটনাত জৰিত থকা আন এক অপৰাধী আটক আৰক্ষী হাতত। অপৰাধীজনৰ নাম হিলাল উদ্দিন। নিশা লংকা আৰক্ষীয়ে নখুটীৰ পৰা আটক কৰে লোকজনক। নখুটীত আত্মগোপন কৰি আছিল লোকজন। বৰ্তমানলৈকে উদালী কাণ্ডৰ মুঠ ২৯ জন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লংকা আৰক্ষী।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।