পদ্মশ্ৰী বঁটাপ্ৰাপক পৰিৱেশবিদ ৰাধা মোহনৰ মৃত্যু

 06/12/2021 - 13:44

 


নিউজ ডেস্কঃ পদ্মশ্ৰী বঁটা প্ৰাপ্ত পৰিৱেশবিদ আৰু উৰিষ্যাৰ প্ৰাক্তন তথ্য আয়ুক্ত অধ্যাপক ৰাধা মোহনৰ মৃত্যু। ৭৮ বছৰ বয়স আছিল তেওঁৰ মৃত্যুৰ সময়ত। শ্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দয়ে মৃত্যুত শোক প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।