আজি বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা মিত্রদেৱ মহন্তৰ জন্মদিন

 06/13/2021 - 13:41

 

নিউজ ডেস্কঃ আজি  প্ৰসিদ্ধ  কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা মিত্রদেৱ মহন্তৰ জন্মদিন। ১৯৬১ চনত অভিনয়ৰ বাবে তেওঁ সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল। তেওঁ দুবাৰকৈ অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু চাৰি বছৰকাল অসম সাহিত্য সভাৰ সহঃ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।