নিৰ্দেশনা জাৰি, ক’ভিডৰ দুয়োটা ড’জ ভেকচিন লোৱা চৰকাৰী কৰ্মচাৰীয়ে ১৪ জুনৰ পৰা যোগদান কৰিব লাগিব কাৰ্যালয়ত

 06/13/2021 - 14:56

 


নিউজ ডেস্কঃ শেহতীয়াকৈ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। যিসকল চৰকাৰী কৰ্মচাৰীয়ে ক’ৰণাৰ দুয়োটা ড’জ ভেকচিন লৈছে, সেইসকল কৰ্মচাৰীয়ে ১৪ জুনৰ পৰা নিজ কাৰ্যালয়ত যোগদান কৰিব লাগিব।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।