স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনালে ১৫ জুনৰ পিছত কোন কেইখন জিলাত শিথিল হ'ব কোভিড নিৰ্দেশনা

 06/13/2021 - 16:49

 


নিউজ ডেস্কঃ ৰাজ্যত ক’ৰণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত এতিয়া পৰ্যায়ক্ৰমে নীতি-নিৰ্দেশনা কিছু শিথিল কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। সকলো জিলাতে ক’ৰণা নিৰ্দেশনা শিথিল কৰাৰ সম্ভাৱনা ক্ষীণ।

দেওবাৰে এই সন্দৰ্ভত এক স্পষ্ট ইংগিত দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। যিবোৰ জিলাত পৰিস্থিতি উন্নত হোৱাৰ দিশে আগবাঢ়িছে সেই জিলাসমূহত কিছু শিথিলতা অনা হ'ব।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।