সুশান্ত সিঙৰ মৃত্যুৰ এটা বছৰ সম্পূৰ্ণ, অনুৰাগীৰ অন্তৰত আজিও সজীৱ সুশান্ত সিঙৰ স্মৃতি

 06/14/2021 - 14:37


নিউজ ডেস্কঃ সুশান্ত সিঙৰ মৃত্যুৰ এটা বছৰ সম্পূৰ্ণ৷ বলীউড তাৰকা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ আজি এটা বছৰ সম্পূৰ্ণ হৈছে যদিও আজিও প্ৰতিগৰাকী অনুৰাগী তথা চলচ্চিত্ৰপ্ৰেমীৰ মনত সজীৱ হৈ আছে সুশান্তৰ স্মৃতি৷ সুশান্তক দেশবাসীয়ে পুনৰ সোঁৱৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।