বৰক্ষেত্ৰী ব্লক NSUI ৰ উদ্যোগত মুগদি ৰামপুৰ মণ্ডল NSUI ৰ সহযোগত দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইক সম্বৰ্ধনা

 06/14/2021 - 15:36

 

দৌলাশালঃ আজি NSUI ৰ উদ্যোগত দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইক সম্বৰ্ধনা জনায় আৰু তেওঁক ব্লক NSUI ৰ সভাপতি চাজিদ আহমেদ আৰু মণ্ডল NSUI ৰ সভাপতি হাফিজুৰ ৰহমানে কয় এই অঞ্চলত ড্ৰাগছ, মদ যোৱা আৰু নিচাজাতীয় বস্তুৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনায়।

  তেওঁলোকে কয় যে যিকোনো সময়ত তেওঁলোকে আৰক্ষী প্ৰশাসনৰ লগত সহায় সহযোগিতা আগবঢ়াব। বৰক্ষেত্ৰীৰ NSUI ৰ কৰ্মীসকলৰ এনে কাৰ্যক  সকলোৱে প্ৰশংসা কৰে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।