আজি শ্বহীদ কুশল কোঁৱৰৰ মৃত্যুবাৰ্ষিকী

 06/15/2021 - 12:39

 

নিউজ ডেস্কঃ আজি শ্বহীদ কুশল কোঁৱৰৰ মৃত্যুবাৰ্ষিকী। ১৯৪৩ চনৰ ১৫ জুনত ফাঁচীকাঠত ওলমি দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিছিল কুশল কোঁৱৰে। হিংসাৰ বিৰুদ্ধে অহিংসাৰে যুঁজি, মৃত্যুঞ্জয় হোৱা এগৰাকী অমৰ শ্বহীদ। তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।