মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩৫ লাখ টকাৰ অনুদান অসম আৰক্ষীৰ

 06/15/2021 - 16:27


 
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি অসম আৰক্ষীৰ। ৩৫ লাখ টকাৰ অনুদান আগবঢ়াই অসম আৰক্ষীৰ সদস্যসকলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অৰ্থ সাহায্যৰ চেক প্ৰদান। মহামাৰী ক'ভিডৰে যুঁজিবলৈ এই বৰঙণি অসম আৰক্ষীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।