নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে লাভ কৰিলে ব‍্যৱসায়িক বেংকৰ স্বীকৃতি

 08/10/2019 - 18:26

ডিজিটেল ডেস্কঃ শনিবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে আইনৰ দ্বিতীয় দফাত অন্তৰ্ভূক্ত কৰে নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকক। এই জাননী জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ‍্য যে উত্তৰ পূবৰ এইটো প্ৰথম থলুৱা বেংক যিয়ে ব‍্যৱসায়িক বেংকলৈ উন্নীত হৈছৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।