জিঅ' গিগা ফাইবাৰ মুকলি কৰিব ৰিলায়েঞ্চে

 08/13/2019 - 15:15

ডিজিটেল ডেস্কঃ ৫ ছেপ্টেম্বৰত ৰিলায়েঞ্চে মুকলি কৰিব জিঅ' গিগা ফাইবাৰ সেৱা। ইয়াৰ পৰীক্ষণ বৰ্তমান দেশৰ বহু স্থানত চলি আছে। দেশৰ ইণ্টাৰনেট জগতত এক আলোড়ন সৃষ্টি কৰিব এই সেৱাই। তিনিটা ডাটা প্লেনত উপলব্ধ হ'ব জিঅ' গিগা ফাইবাৰ সেৱা।

প্রতি মাহে ৫০০ টকাত পাব 100pbps ৰ ইণ্টাৰনেট সেৱা। ১০০০ টকাত প্রতিমাহৰ প্লেনত পাব ব্ৰডবেণ্ড DTH, TV সেৱা লেণ্ডলাইন আৰু lOT সেৱা। লগতে উপভোগ কৰিব পাৰিব বিনামূলীয়া ভিডিঅ’ কলৰ সেৱা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।