গৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰা টাটা ডি আই জব্দ আৰক্ষীৰ

 05/07/2020 - 15:26

ছয়গাঁওকামৰূপৰ ছয়গাঁও নতুন সাপৰটাৰীত গৰু চুৰিৰ ঘটনা গোহালীৰ পৰা দুই দুৰ্বিত্তই চুৰি কৰি নিছিল দুটাকৈ পশুধন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দুজনকৈ দুৰ্বিত্তক প্ৰেৰণ কৰিছিল জেললৈ 

এইবাৰ গৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰা টাটা ডি আই জব্দ আৰক্ষীৰ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।