ডবকা আৰক্ষীৰ চাফাই অভিযান

 05/10/2020 - 16:31

ডবকাডবকা আৰক্ষীয়ে আজি দেওবাৰে দোকা-পোহাৰ বন্ধ থকাৰ বাবে সমগ্ৰ ডবকা নগৰখনতে চাফাই অভিযান চলা। দিনক-দিনে ক'ৰণা দ্ৰত গতিত বৃদ্ধি পোৱাৰ বাবে ডবকা আৰক্ষীয়ে এনেধৰনৰ পদক্ষেপ গ্ৰহন কৰে।

লগতে ডবকা নগৰৰ সকলো দোকানী যাতে দোকান-পোহাৰ খোলাৰ আগত চাফ চিকুন কৰি ৰাখে তাৰে প্ৰতি আহ্বান জনালে ডবকা আৰক্ষীয়ে।

ডবকা আৰক্ষীয়ে বিজানু প্ৰতিৰোধৰ বাবে ডবকা নগৰখনত চেনিটাইজাৰ ব্যৱস্থা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।