ৰেড জ'নৰ পৰা স্বাস্থ্য পৰীক্ষা নকৰাকৈ ঘৰ পালেহি যুৱক

 05/12/2020 - 14:23

লংকা: লংকাৰ কাকীত ক'ৰণা আতংক ৰেড জ'নৰ পৰা স্বাস্থ্য পৰীক্ষা নকৰাকৈ লংকা কাকীৰ ঘৰ পালেহি প্ৰাঞ্জল বৰা৷ ইয়াকে লৈ আতংকিত গাঁওবাসী৷
বঙাইগাঁও জিলাত দীৰ্ঘদিন ধৰি ৰে'লৱে কামত নিয়োজিত আছিল যুৱকজন৷

এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা কৰা নাই যুৱকজনক। বৰ্তমান জ্বৰ, পেটৰ ৰোগত আক্ৰান্ত যুৱকজন৷

পৰিয়ালটোৰ সকলোকে হোম কোৱাৰেণ্টাইন কৰা হৈছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।