মৰিগাঁও জিলা সাংবাদিক পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ

 05/18/2020 - 17:08

মৰিগাঁও: মৰিগাঁৱত অব্যাহত আছে লকডাউনৰ সাহায্য বিতৰণ। লকডাউনৰ অৰম্ভনিৰে পৰা মৰিগাঁৱৰ জিলা সাংবাদিক পৰিষদৰ সভাপতি পুলিন কাকতি, সাধাৰ সম্পাদক মিলন কাকতি আলোচনী সম্পাদক চন্দন হীৰাকে ধৰি সমূহ সদস্য সকলে জিলাখনৰ প্ৰতিদিনৰ বাতৰি সংগ্ৰহ কৰি প্ৰচাৰ কৰা উপৰি লকডাউনৰ সময়ত সময়ে সময়ে ৰাইজৰ ওচৰত গৈ ৰাইজৰ বাতৰি সংগ্ৰহ কৰা লগতে বিভিন্ন সময়ত জিলাখনৰ বিভিন্ন অঞ্চলত সাহায্য সামগ্ৰী বিতৰণৰ লগতে হোমিঅ'পেথিক দৰব Arsenium Album-30 ও বিতৰণ কৰে ৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।