গোলাঘাটত দুজনৰ শৰীৰত COVID-19 পজিটিভ

 05/18/2020 - 17:45

গোলাঘাটগোলাঘাটত দুজনৰ শৰীৰত COVID-19 পজিটিভ অসমত কৰ'নাত আক্ৰান্তৰ সংখ্যা ১০৪ লৈ বৃদ্ধি গোলাঘাটৰ কাজিৰঙা কোৱাৰেণ্টাইন চেণ্টাৰত আছিল যুৱক দুজন। যুৱক দুজনৰ ঘৰ গোলাঘাট কাছমাৰীৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।