লংকাৰ নখুটিত অস্ত্ৰসহ আটক দুই যুৱক

 05/23/2020 - 13:07

লংকা: লংকাৰ নখুটিত অস্ত্ৰসহ আটক দুই যুৱক। লংকাৰ নখুটি গাঁওৰক্ষীবাহিনীয়ে আটক কৰি চমজাই দিয়ে নখুটি আৰক্ষীক। যুৱক দুজনৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক উদ্বাৰ কৰে নখুটি আৰক্ষীয়ে। আটকাধীন যুৱক এজনৰ নাম বিল্লাল উদ্দিন ঘৰ নখুটিৰ কমৰপানীৰ আৰু আনজনৰ নাম জুলফিকৰ আলিৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰিঘাটৰ বুলি জানিব পৰা গৈছে।

বৰ্তমানে দুই যুৱকক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।