05/27/2020 - 18:57
in

চৰাইদেউ: উত্তৰ পূৰ্বৰ আমাজান দিহিং পাটকাই বৰ্ষাৰণ্য তথা ইয়াৰ অন্তৰ্গত বনাঞ্চল সমূহত কয়লা মুক্ত খননৰ বাবে নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰে সেউজ প্ৰদান কৰাকলৈ সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ ক্ৰমে আজি দিল্লীঘাটত বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই সামাজিক দূৰত্ব ৰাখি হাতে হাতে প্লেকাৰ্ডলৈ প্ৰতিবাদ সাবস্ত কৰে।