বৰপেটাত পুনৰ ক'ৰণা পজিটিভ ৮ জন

 05/31/2020 - 18:34

পূৱ-বৰপেটা: পুনৰ ক'ৰণা পজিটিভ জন বৰপেটা জিলাৰ নগাঁৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত৷ চিকিৎসাৰ বাবে ১০৮ ৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।