06/03/2020 - 13:04
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/coronavirus14.jpg?itok=QiHhU--F)
ডিজিটেল ডেস্ক: মহানগৰীত কণ্টেইনমেণ্ট জ'নৰ সংখ্যা দুখনলৈ বৃদ্ধি। পূব শৰণীয়া আৰু ধীৰেণপাৰাক নতুনকৈ ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ'ন হিচাপে।
বৰ্তমানলৈ মহানগৰীৰ চাৰিটা স্থান কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।