বাঘজান তৈলখাদৰ গেছ নিৰ্গত হৈ ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণৰ দাবী

 06/04/2020 - 15:39

ডুমডুমাবাঘজান তৈলখাদৰ গেছ নিৰ্গত হৈ ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ servay কৰিবলৈ অহা দলক ঘূৰাই পঠিয়ালে স্থানীয় ৰাইজে। গেছ নিৰ্গত কাৰ্য বন্ধ নোহোৱা পৰ্যন্ত কোনোধৰণৰ servay কৰিবলৈ নিদিয়াৰ হুংকাৰ। ৰাইজক আশ্ৰয় শিবিৰত ৰাখি কোনোধৰণৰ Servay সম্ভৱ নহয় বুলি উল্লেখ কৰিছে।

এনেদৰে Servay কৰি ক্ষতিপূৰণ দিয়াতো সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।