নলবাৰী জিলা কংগ্ৰেছৰ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰূপণ

 06/05/2020 - 19:54

নলবাৰী: আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে নলবাৰী জিলা কংগ্ৰেছে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী ৰাজীৱ ভৱনত ও জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে গছপুলি ৰোপন কৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে দিহিং পাটকাই বানাঞ্চলকে ধৰি ৰাজ্যৰ বনাঞ্চল সমূহ ধংশ কৰাৰ বিপৰীতে আজি প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমতে নলবাৰী জিলাৰ ও প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে সৃষ্টিৰ মানসিকতাৰে একোডাল গছপুলি ৰোপণ কৰে আৰু আজিৰ এই বিশেষ দিনটোতে বহু বছৰ ধৰি নির্বিছিন্ন ভাবে বহু হাজাৰোধিক গছপুলি ৰোপনকে ধৰি বিভিন্ন প্ৰকাৰে প্ৰকৃতি ৰক্ষাত অনবদ্য ভূমিকা লৈ অহা বৃক্ষবন্ধু গংগাধৰ বৰ্মনক নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, সাধাৰণ সম্পাদকদ্বয় দিব্যজ্যোতি হালৈ, অভিজিত কলিতাৰ নেতৃত্বত যোৱা এটা দলে তেখেতক সম্বৰ্ধনা জনায়

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।