শাৰীৰিক বাধাগ্ৰস্ততা যে মেধাৰ ক্ষেত্ৰত বাধা হব নোৱাৰে তাকেই প্ৰমাণ কৰিলে লাবলিনা দেৱনাথে

 06/06/2020 - 16:35

জুৰীয়াদৰিদ্ৰ কিম্বা শাৰীৰিক বাধাগ্ৰস্ততায়ো যে মেধাৰ ক্ষেত্ৰত বাধা হব নোৱাৰে তাৰেই প্ৰমাণ কৰি দেখুৱালে জুৰীয়াৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীয়ে নিজৰ শাৰিৰীক বাধাগ্ৰস্ততাকো নেওচি প্ৰথম বিভাগত উত্তীৰ্ণ হয় জুৰীয়াৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা লাবলিনা দেৱনাথ নামৰ ছাত্ৰী গৰাকী।

নিজৰ পৰিয়ালৰ লোক তথা শিক্ষক সকলৰ অশেষ প্ৰচেষ্টাৰ ফলতেই বিশেষ ভাৱে সক্ষম ছাত্ৰী গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।