শিৱসাগৰৰ বৰপুখুৰী পাৰত প্রতিবাদী কার্যসূচী আহোম সেনাৰ

 07/08/2020 - 18:35

 

শিৱসাগৰঃ আজি শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত আহোম সেনাই ৰূপায়ন কৰে এক ব্যতিক্ৰমী প্রতিবাদ কার্যসূচী। সামাজিক দূৰত্ব বজায় ৰাখি আহোম সেনাৰ সদস্য সকলে ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে সংগঠনটোৱে। খিলঞ্জীয়াৰ সুৰক্ষাকৱচ, অখিল গগৈৰ মুক্তি, অসমক সাংবিধানক সুৰক্ষা কৱচ প্রদানকে ধৰি কেইবাটাও বিষয়ক লৈ প্ৰতিবাদ আহোম সেনাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।