সামাজিক মাধ্যমত ড০ বানীকান্ত কাকতিৰ নামেৰে স্থাপন হোৱা উলুবাৰী বৈদ্যুতিক শ্মশান ঘাটৰ বিতৰ্কৰ অন্ততঃ অৱশেষত নামফলক আঁতৰাবলৈ বাধ্য চৰকাৰী পক্ষ

 07/14/2020 - 18:06

 

বৰপেটাঃ সামাজিক মাধ্যমত ড০ বানীকান্ত কাকতিৰ নামেৰে স্থাপন হোৱা উলুবাৰী বৈদ্যুতিক শ্মশান ঘাটৰ বিতৰ্কৰ অন্ততঃ অৱশেষত নামফলক আঁতৰাবলৈ বাধ্য হ'ল চৰকাৰী পক্ষ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।