৭ মাহে কাৰাৰুদ্ধ হৈ মুকলি হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিতুল সোনোৱালৰ বাসগৃহত উপস্থিত বিধায়ক দূৰ্গা ভূমিজ

 07/15/2020 - 14:24

 

 

ডুমডুমাঃ ৭ মাহে কাৰাৰুদ্ধ হৈ মুকলি হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিতুল সোনোৱালৰ বাসগৃহত উপস্থিত হয় বিধায়ক দূৰ্গা ভূমিজে| CAA বিৰুধী আন্দোলনৰ অভিযোগত অভিযুক্ত কৰি ৭মাহে কাৰাৰুদ্ধ কৰি ৰখা কৃষক মুক্তিৰ নেতা সকলক শীঘ্ৰে মুক্তি দিয়াৰ লগতে অখিল গগৈ-ধৰ্য কোঁৱৰক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাই বিধায়ক গৰাকীয়ে| 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।