উন্নয়নৰ ফটা ঢোলটো আৰু কিমান বজাব বিজেপি চৰকাৰেঃ উন্নয়নৰ ফকৰা-যোজনা গাই থকা এইখন হিতলাৰী শাসনৰ চৰকাৰে কিমান কৰিছে উন্নয়ন

 07/20/2020 - 15:01

 

 

তিনিচুকীয়াঃ স্বাধীনতাৰ ৭০ ৰ বছৰৰ পিছতো উন্নয়নৰ মুখ নেদেখা তিনিচুকীয়া জিলাৰ লক্ষীপথাৰৰ ৰাইজ আজি আৰ্তনাত। পৰিবৰ্তনৰ ধাক ঢোল বজোৱা এইখন চৰকাৰৰ দিনত যমৰ যাতনা ভূগিব লগা হৈছে। পাঁচ বছৰীয়া কাৰ্য কাল শেষ হৈ পুনৰ নিৰ্বাচন হ’বলৈ মাত্ৰ কেইটামান মাহ বাকি কিন্তু এতিয়া পৰ্যন্ত মুখ দেখা নাপালে সমস্তিৰ লোকে বিধায়কৰ ডাঙৰীয়াই। উল্লেখযোগ্য যে ডিগবৈ পৰা নিচেই কাষতে লাগি থকা বৃহত্তৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সকলোৱে জিয়াতো ভোগিছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।