মহাৰাষ্ট্ৰত দশম শ্ৰেণীৰ পৰীক্ষাত অসমৰ আকিফা আনোৱাৰ হুছেইনৰ সাফল্য

 07/30/2020 - 15:36


ডবকাঃ মুম্বাইত প্ৰতিষ্ঠিত ডবকাৰ পাবিজুৰিৰ বাসিন্দা আনোৱাৰ হুছেইনৰ কণ্যা আকিফা আনোৱাৰ হুছেইনে মহাৰাষ্ট্ৰ বৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত সৰ্বমুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৩৯ নম্বৰ  অৰ্থাৎ ৮৮% শতাংশ লাভ কৰি ডবকালৈ গৌৰৱ কঢ়িয়াই আনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।