ৰঙিয়াত এবিএমছুৰ সংবাদ মেলঃ শ্বহীদ লাফিকুল ইছলামৰ হত্যাৰ তিনিবছৰ হোৱাৰ পিচটো তদন্তৰ নামত ভেকো-ভাওনাৰ অভিযোগ

 07/30/2020 - 17:05


ৰঙিয়াঃ ৰঙিয়াত এবিএমছুৰ সংবাদ মেল। শ্বহীদ লাফিকুল ইছলামৰ হত্যাৰ তিনিবছৰ হোৱাৰ পিচটো তদন্তৰ নামত ভেকোভাওনাৰ অভিযোগ। এই অভিযোগ তুলিলে সংগঠনটোৰ সভাপতি আশ্ৰাফুল ইছলামৰ লগতে সম্পাদক টাইচন আহমেদে৷ এক আগষ্টৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।