ৰঙিয়াত এবিএমছুৰ সংবাদ মেলঃ শ্বহীদ লাফিকুল ইছলামৰ হত্যাৰ তিনিবছৰ হোৱাৰ পিচটো তদন্তৰ নামত ভেকো-ভাওনাৰ অভিযোগ

 07/30/2020 - 17:05


ৰঙিয়াঃ ৰঙিয়াত এবিএমছুৰ সংবাদ মেল। শ্বহীদ লাফিকুল ইছলামৰ হত্যাৰ তিনিবছৰ হোৱাৰ পিচটো তদন্তৰ নামত ভেকোভাওনাৰ অভিযোগ। এই অভিযোগ তুলিলে সংগঠনটোৰ সভাপতি আশ্ৰাফুল ইছলামৰ লগতে সম্পাদক টাইচন আহমেদে৷ এক আগষ্টৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.