ডিজিপি ভাস্কৰজ্যোতি মহন্ত ক’ভিড-১৯ পজিটিভ

 08/10/2020 - 18:17

 

নিউজ ডেস্কঃ ডিজিপি ভাস্কৰজ্যোতি মহন্ত কৰ’ণাত আক্ৰান্ত৷ শীৰ্ষ আৰক্ষীগৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।