৮৫ দিনৰ মূৰত মাত্ৰ ১০ মিনিটৰ বাবে জুই নিৰ্বাপিত হৈছিল বাঘজানত, বাঘজানৰ জুই নিৰ্বাপণত পুনৰ অনিশ্চয়তা

 08/18/2020 - 17:25

 

ডুমডুমাঃ 85 দিনৰ মূৰত মাত্ৰ 10 মিনিটৰ বাবে জুই নিৰ্বাপিত হৈছিল বাঘজানত| বাঘজানৰ জুই নিৰ্বাপণত পোনৰ অনিশ্চয়তা| কালি BOP সংস্থাপনৰ পিচত আজি জুই নুমুৱাৰ আস্বাস প্ৰদান কৰিছিল অইল কৰ্তৃপক্ষই| অহৰহ চেষ্টাৰ ফলত দিনৰ প্ৰায় 3 বজাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল বিশেষজ্ঞৰ দলটোৱে কিন্তু 10 মিনিটৰ পিচতেই পুনৰ অগ্নি পূৰ্বৰ দৰে জ্বলি উঠে| সংস্থাপন কৰা BOP ত ত্ৰুটি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে অইল ইণ্ডিয়াৰ এক সুত্ৰই| পুনৰ কালি পুৱা জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰিব বিশেষজ্ঞৰ দলটেৱে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।