ৰূপহীহাটৰ জুৰীয়াত ৰাজীৱ গান্ধীৰ ৭৬ তম জন্ম-জয়ন্তী উপলক্ষে বৃক্ষ ৰোপণ আৰু গছপুলি বিতৰণ

 08/20/2020 - 13:48

 

জুৰীয়াঃ ৰূপহীহাটৰ জুৰীয়াত ৰাজীৱ গান্ধীৰ ৭৬ তম জন্ম-জয়ন্তী উপলক্ষে বৃক্ষ ৰোপণ আৰু গছপুলি বিতৰণ কাৰ্যসূচী হাতত লোৱা হয়। ৰূপহী যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত ৰূপহীহাটৰ সমষ্টিৰ বিধায়ক নুৰুল হুদা উপস্থিত থাকি বৃক্ষ ৰোপণ কৰা লগতে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।