ডিগবৈত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

 08/26/2020 - 13:59

 

ডিগবৈঃ গধুলি প্ৰায় ৬ মান বজাত ডিগবৈস্থিত মুলীয়াবাৰিৰ IOC কোৱাতাৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰে wild care foundation নামৰ  NGO ৰ দুজন যুৱক ফাৰুক আলি আৰু কাৰটিক চৌধুৰিয়ে। অজগৰটো উদ্ধাৰ কৰি বনাঞ্চলত মুক্ত কৰি দিয়ে। অজগৰটোৰ ওজন 40 kg আৰু 13 ফুট বুলি জানিব দিয়ে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।