"সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থা" শিৱসাগৰ জিলাৰ উদ্যোগত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সুমতি বিচাৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু নাম প্ৰসংগ

 08/27/2020 - 16:10

 

শিৱসাগৰঃ আজি শিৱসাগৰত ১৫৩০ জন শিক্ষক-শিক্ষয়ত্ৰীয়ে বিনা বেতনে ২০১২মাৰ্চৰ পৰা ৮ বছৰ ধৰি ২০২০ বৰ্ষলৈ বিনা বেতনে শিক্ষকতা কৰি আহিছে। ছেপ্টেম্বৰ মাহৰ ভিতৰত দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি অনাদায় বেতন মুকলি কৰা।

চলিত বৰ্ষৰ পৰা মাহৰ বেতন মাহে মাহে দিয়াৰ ব্যৱস্থা কৰা। যিসকল শিক্ষক শিক্ষয়ত্ৰী বিনা বেতনে অৱসৰ আৰু মৃত্যুবৰণ কৰিছে তেওঁলোকৰ পৰিয়ালক উপযুক্ত মৰ্য্যদা প্ৰদান কৰা। এই সমূহ দাবী উত্থাপন কৰি আজি শিৱসাগৰত এক অভিনৱ প্ৰতিবাদৰ কাৰ্যসূচী হাতত লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.