09/26/2020 - 14:07
in
শিৱসাগৰঃ শিৱসাগৰৰ মাজমজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কৃষক বিৰোধী আইনৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ সাব্যস্ত৷ শাসকীয় বিজেপিয়ে সংসদত বিৰোধীৰ মতক নসাৎ কৰি ফেচিষ্ট কায়দাৰে কৃষক বিৰোধী আইনখন জাপি দিয়াৰ অভিযোগ৷ অতি শীঘ্ৰে এই আইনখন চৰকাৰে বাতিল নকৰিলে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ৷