মৰিয়নীত টাফিচা বিশ্ব খোজকঢ়াৰ দিৱস উদযাপন

 10/04/2020 - 19:09


মৰিয়নীঃ মৰিয়নী সমষ্টিৰ অসম অশিহাৰা কাৰাটে বিদ্যালয় উদ্যোগত টাফিচা বিশ্ব খোজকঢ়াৰ দিৱসৰ লগত সংগতি ৰাখি অশিহাৰা কাৰাটে বিদ্যালয় খেলুৱৈসকলে পুৱাৰ ভাগত পদযাত্ৰা কৰি পোন প্ৰথমবাৰৰ বাবে মৰিয়নীত এক কাৰ্য্যসূচি অনুস্থিত কৰে।

মৰিয়নী সমষ্টিৰ লগতে অসমৰ বিভিন্ন জিলাত পালন কৰা হয় TAFISA world walking day পালন কৰা হয়। এই কাৰ্য্যসূচিত অশিহাৰা কাৰাটে বিদ্যালয় তৰফৰ পৰা  পৰা দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। পিছপৰা অঞ্চলৰ খেলুৱৈ সকলক বিনামূলীয়া কেৰাটে প্ৰশিক্ষন দিয়া ব্যৱস্থা কৰা হব লগতে নাৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা খেলুৱৈ সকলক আত্মৰক্ষাৰ(self defence) বিশেষ প্ৰশিক্ষণ দিয়া হব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।