যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

 10/08/2020 - 17:28

 

যোৰহাটঃ যোৰহাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। যোৰহাটৰ অৰ্ধনির্মিত বহুমহলীয়া কাৰ পাৰ্কিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ। এই দুৰ্নীতিত পৌৰসভাৰ লোক জড়িত থকাৰ অভিযোগ তুলি অতি শীঘ্ৰে কাৰ পাৰ্কিং নিৰ্মান কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনায় সংগঠনৰ কৰ্মী সকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।