ডিফুৰ লুৰুলাংছত চাঞ্চল্যকৰ ঘটনা

 10/14/2020 - 13:07


চিলনীজানঃ ডিফুৰ লুৰুলাংছত চাঞ্চল্যকৰ ঘটনা৷ মাটিৰ তলত পৰা অহৰহ নিৰ্গত হৈছে ধোঁৱা৷ বৈদ্যুতিক খুঁটাৰ কাষৰ পৰা নিৰ্গত হৈছে ধোঁৱা৷ এটা শব্দ কৰাৰ পাছতে ধোঁৱা নিৰ্গত বৈদ্যুতিক খুঁটাটোত বৰ্তমানেও নাই কোনো বিদ্যুৎ সংযোগ৷ 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।