10/17/2020 - 15:03
in

নিউজ ডেস্কঃ NEET ৰ আজি ঘোষিত ফলাফলত ৭২০ নম্বৰ লাভ কৰি দেশৰ ইতিহাসত প্ৰথমজন ছাত্ৰ হিচাপে নিজৰ নাম খোদিত কৰিলে উৰিষ্যাৰ ছোইব আফতাবে৷ উৰিষ্যাৰ ৰুৰকেল্লাৰ অতি মেধাবী ছাত্ৰ ছোইব আফতাবৰ এই সাফল্যত সমগ্ৰ দেশত আনন্দৰ জোৱাৰ৷