NEET পৰীক্ষাত ৭২০ নম্বৰ লাভ কৰি ইতিহাসত প্ৰথমজন ছাত্ৰ উৰিষ্যাৰ ছোইব আফতাব

 10/17/2020 - 15:03

 

 

নিউজ ডেস্কঃ NEET ৰ আজি ঘোষিত ফলাফলত ৭২০ নম্বৰ লাভ কৰি দেশৰ ইতিহাসত প্ৰথমজন ছাত্ৰ হিচাপে নিজৰ নাম খোদিত কৰিলে উৰিষ্যাৰ ছোইব আফতাবে৷ উৰিষ্যাৰ ৰুৰকেল্লাৰ অতি মেধাবী ছাত্ৰ ছোইব আফতাবৰ এই সাফল্যত সমগ্ৰ দেশত আনন্দৰ জোৱাৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.