বশিষ্ঠ নিধি ভৱনৰ সন্মুখত অখিল গগৈৰ চিত্ৰ অঁকা শিল্পীক আটক অসম আৰক্ষীৰ

 11/19/2020 - 16:58

 

নিউজ ডেস্কঃ অখিল গগৈৰ চিত্ৰ অঁকা শিল্পীক আটক অসম আৰক্ষীৰ। বশিষ্ঠ নিধি ভৱনৰ সন্মুখত ছবি অংকন কৰি থকা অৱস্থাত বশিষ্ঠ থানাৰ আৰক্ষীৰ এটা দলে উঠাই নিয়ে শিল্পীৰ দলটোক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।