শিৱসাগৰ আৰক্ষীৰ মাফিয়াগিৰীঃ বাকী নিদিয়াৰ বাবেই পেট্ৰ'ল ডিপোত গ্ৰাহকৰ প্ৰৱেশ নিষিদ্ধ আৰক্ষীৰ

 11/25/2020 - 16:44

 

 

শিৱসাগৰঃ শিৱসাগৰ লাহটী পেট্ৰ'ল ডিপোত যান-বাহন আৰক্ষীৰ গুণ্ডামী৷ আৰক্ষী অধীক্ষকক বাকীলৈ তেল নিদিয়াৰ বাবেই এই গুণ্ডামী৷ গ্ৰাহকক বাধা আৰোপ কৰিবলৈ লাহটী পেট্ৰ'ল ডিপোত নিয়োগ কৰা হৈছে যান-বাহন আৰক্ষী৷ তেল ভৰাবলৈ অহা যান-বাহনক তেল ডিপোত প্ৰৱেশত বাধা৷

দুচকীয়া বাহনকো তেল ভৰাবলৈ নিদি তেল ডিপোৰ পৰা খেদি দিয়াৰ অভিযোগ লাহটী পেট্ৰল ডিপোৰ পৰিচালকৰ বিস্ফোৰক অভিযোগ শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ৷

মেজিক আস্থানৰ লাইন মেনক পেট্ৰল ডিপোত গাড়ী প্ৰৱেশত বাধা দিয়াৰ বাবে নিৰ্দেশ৷ কেমেৰাৰ সন্মুখত লাইনমেনৰ ভয়ংকৰ অভিযোগ৷ নিজ স্বাৰ্থপূৰণ নোহোৱাৰ বাবেই ব্যৱসায়ীক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।