২৭নং তিৱা স্বায়ত্ব পৰিষদৰ ভোট গণনা কেন্দ্ৰত উত্তেজনাঃ বিজেপিৰ সমৰ্থকে কংগ্ৰেছৰ সমৰ্থকক মাৰপিট কৰাৰ অভিযোগ কংগ্ৰেছ পাৰ্থীৰ

 12/19/2020 - 12:47

 

লংকাঃ ২৭নং তিৱা স্বায়ত্ব পৰিষদৰ ভোট গণনা কেন্দ্ৰত উত্তেজনা। শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ২৭নং তিৱা পৰিষদৰ ভোট গণনা কেন্দ্ৰত উত্তেজনা। বিজেপিৰ সমৰ্থকে কংগ্ৰেছৰ সমৰ্থকক মাৰপিট কৰাৰ অভিযোগ কংগ্ৰেছ পাৰ্থীৰ। হোজাইৰ ২৭নং তিৱা স্বায়িত পৰিষদৰ ভোট গণনাৰ সময়তে সংঘটিত হৈছে মাৰপিটৰ ঘটনা সংঘটিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.