12/22/2020 - 14:42
in

নিউজ ডেস্কঃ নাৰায়ণপুৰৰ জৰাবাৰীস্থিত ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয় সন্মুখত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ৷ অৱৰোধৰ ফলত স্তব্ধ হৈ পৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যান-বাহন চলাচল৷ ১৪ ডিচেম্বৰ তাৰিখে নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি বান্ধি দিছিল চাৰিদিনৰ সময়সীমা৷ সময়সীমা উকলি যোৱাৰ পিছতেই এই অৱৰোধ পাঞ্জাব হাৰিয়ানাৰ পৰা সৰবৰাহ বন্ধ কৰি দিয়াৰ হুংকাৰ৷ প্ৰায় এঘণ্টা ধৰি স্তব্ধ হৈ আছে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ৷