লামডিং দিমাহাসাও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

 12/22/2020 - 14:48

 

লামডিংঃ লামডিং জৰাংদিচা নিবাসী সত্যজিৎ ভৌমিক বয়স আনুমানিক ৩৫ আজি ঘৰলৈ আহি থকাৰ অৱস্থাত টিভি এস স্কুটি খন নিয়ত্ৰণ হেৰাই ৰেলিঙত খুন্দা মাৰে৷ টি ভি এছ স্কুটীখনৰ নম্বৰ এ এচ 09D-4080 লামডিংৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা অগ্নিনিৰ্বাহ অফিচৰ সমীপত এই দুৰ্ঘটনা। থিতাতে নিহত হয় লোকজন৷ স্থানীয় লোকে প্ৰতক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে৷ পিছত লামডিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.