পেট্ৰল, ভিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি প্ৰতিবাদত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

 02/06/2021 - 13:18
পেট্ৰল, কামপুৰঃ পেট্ৰল, ভিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি। কঠিয়াতলী ব্লক কংগ্ৰেছৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কামপুৰ পেট্ৰল পাম্পত এই অৱস্থান ধৰ্মঘট।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।