02/10/2021 - 16:36
in

জামুগুৰিহাটঃ জামুগুৰিহাটৰ পানপুৰত হৰিণা পহু উদ্ধাৰ। আজি পুৱা জামুগুৰিহাটৰ অন্তৰ্গত পানপুৰ চেঙেলীমৰা তিনিয়ালীৰ এখন চাহ দোকানত আহি সোমাই থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে পহুটো। খাদ্যৰ সন্ধানত নিকটবৰ্তী কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা উলাই অহা পহুটো স্থানীয় ৰাইজৰ সহযোগত, চিকিৎসাৰ অন্তত বনবিভাগক গতাই দিয়া হয়।