শিৱসাগৰৰ শিমলুগুৰি পুলিচ থানাত শিৱসাগৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেল

 04/24/2021 - 13:32

 


শিৱসাগৰ: শিৱসাগৰৰ শিমলুগুৰি পুলিচ থানাত শিৱসাগৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেল। শিৱসাগৰৰ মগৰাহঁতৰ বিৰাজ চেতিয়াক আটক। বিৰাজ চেতিয়া ডিব্ৰুগড়ৰ পৰা বাইক ক্ৰয় কৰি আলফাক প্ৰদান কৰাৰ কথা সদৰী কয়।
 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।