ৰাজ্য চৰকাৰৰ নতুন SOP অনুযায়ী সষ্টম আৰক্ষী-প্ৰশাসন

 05/05/2021 - 17:40

 


হোজাই: ৰাজ্য চৰকাৰৰ নতুন SOP অনুযায়ী সষ্টম আৰক্ষী প্ৰশাসন। হোজাইটো দেখিবলৈ পোৱা গৈছে অনুৰূপ। 2 বজাৰ লগে লগে হোজাই চহৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি দিয়া পৰিলক্ষিত হয়। 2 বজাৰ লগে লগে আৰক্ষীও সষ্টম হৈ পৰে যাতে কোন প্ৰকাৰে কোভিত প্ৰতিকূল ভংগ কৰিব নোৱাৰে কোনো ব্যৱসায়ী প্ৰতিষ্ঠানে। যাৰ বাবে হোজাই চহৰত তহল দিয়া আৰম্ভ কৰে হোজাই আৰক্ষী দলে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।